4g
Memory
Mantra

এবাৰ পঢ়িয়েই চিৰদিনলৈ হুবহু মনত ৰখাৰ বৈজ্ঞানিক কৌশল

শুনিবলৈ আচৰিত যেন লাগিলেও, আধুনিক বিজ্ঞানৰ মতে এয়া সম্পূৰ্ণ সম্ভৱ

এই ভিডিঅ'টো চাওঁক

ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ আটাইতকৈ জটিল সমস্য়াটো হ'ল

গোটেই বছৰটো পঢ়ে
কিন্তু পৰীক্ষাগৃহত গৈ পাহৰি যায়।

অসমৰ - একমাত্ৰ - ভ্ৰাম্য়মাণ
Offline Memory Training Programme

পৰীক্ষাত পাহৰি যোৱাৰ বৈজ্ঞানিক কাৰণ আৰু ইয়াৰ সমাধান জানিবলৈ

এই ভিডিঅ'টো চাওঁক

আমাৰ বিনামূলীয়া কৰ্মশালা পাবলৈ

যোগাযোগ কৰক

এতিয়া আপোনাৰ অঞ্চলতো উপলব্ধ হ'ব বিশ্বমানৰ
Memory Training

4G MEMORY MANTRA

এক যুগান্তকাৰী শৈক্ষিক বিপ্লৱ হ'ল

4G MEMORY MANTRA

যাৰ সহায়ত স্মৃতি শক্তি হ'ব
অদ্ভুত আৰু অফুৰন্ত।

4G MEMORY MANTRA ৰ উপকাৰিতা

Read Once
And
Remember Forever

এবাৰ পঢ়িয়েই

Scan কৰাৰ দৰে মনত ৰাখি,

পিছত সময়ে সময়ে কিতাপ নোখোলাকৈ মনৰ পৰাই  Revise  কৰি চিৰদিনলৈ মনত ৰাখিব পাৰি।

Complete
Your Syllabus
Before Time

সময়ৰ আগতেই

অনায়াসে  Syllabus  শেষ কৰি

Tension Free  হৈ পৰীক্ষাত বহিব পাৰি।

Recall
Without
Confusion

Exam  বা  Interview

যি কোনো সময়ত,

 অতি সহজে হুবহু মনত পেলাব পাৰি।

Remove
Exam Phobia

Exam মানে ভয় নহয়, 

Exam মানে Opportunity  

বুলিহে ভাব হয়।

Crack
Any Exam
Confidently

Right Technique  থাকিলে

সকলো পৰীক্ষা সহজ হৈ পৰে।

Improve
Creativity And
Thinking Power

Memory  শক্তিশালী হ’লে

চিন্তাশক্তি আৰু সৃজনশীলতাও বৃদ্ধি পায়।

Remember
The Whole Book
With Page Numbers

Chapter, Point, আনকি গোটেই কিতাপখন

পৃষ্ঠা নম্বৰ সহ মনত ৰাখিব পাৰি।

Achieve
Dream Success
In Your Life

সফলতা কেৱল সপোনত সীমাবদ্ধ নহয়,

ই অনায়াসে বাস্তৱত ৰূপায়িত হয়।

Our students' Feedback

লিখা, পঢ়া আৰু বুজাৰ কৌশল স্কুল–কলেজতে পায়। পিছে পঢ়া কথাবোৰ মনত ৰখাৰ কৌশল কেৱল
“4G Memory Mantra”
তহে পায়।

বাৰে বাৰে পঢ়িবলৈ সময়নো ক'ত
এবাৰতে পঢ়ি শেষ কৰিবলৈ
উপায়নো ক'ত?
একমাত্ৰ উপায় -
4G Memory Mantra

Students
Enjoying Our Classes

4G MEMORY MANTRA ক

কিয় ছাত্ৰ-ছাত্ৰীৰ 'শ্ৰেষ্ঠ সাৰথি' বুলি কোৱা হয় ?

এতিয়া বিজ্ঞানৰ যুগ,  বিশ্বায়নৰ যুগ (Globalization),  তথ্য-প্ৰযুক্তিৰ যুগ (Information Technology), আৰু  কৃত্ৰিম বুদ্ধিমত্তাৰ যুগ (Artificial Intelligence)।  এতিয়া যেন অসম্ভৱ বুলিবলৈ একোৱেই নাই। সেয়ে, আগতকৈ মানুহৰ জীৱন যাত্ৰা অধিক সুচল হৈছে যদিও প্ৰতিটো ক্ষেত্ৰতে  তীব্ৰ প্ৰতিযোগিতাৰো সন্মুখীন হ’বলগীয়া হৈছে। ছাত্ৰ-ছাত্ৰীৰ বাবে এই বিষয়টো আৰু অধিক চিন্তনীয়। কিয়নো, এতিয়া শিক্ষা ব্যৱস্থাৰ আমূল পৰিবৰ্তন হৈছে। 

👉 MCQ System, 

👉 Mobile-based learning, 

👉 Self-study ইত্যাদি ছাত্ৰ-ছাত্ৰীৰ বাবে নতুন Challenge হৈ পৰিছে।

কেৱল স্কুল, কলেজৰ ওপৰতেই নিৰ্ভৰশীল হৈ থকা নাই আজিৰ শিক্ষা ব্যৱস্থা।  মনলৈ অহা যিকোনো প্ৰশ্নৰ উত্তৰ পাত-পাতকৈ জানিবলৈ মোবাইলটোৱেই যথেষ্ট। কিন্তু,  পঢ়া কথাবোৰ মনত ৰখাৰ ক্ষেত্ৰতহে ছাত্ৰ-ছাত্ৰীয়ে ভীষণ আহুকালৰ সন্মুখীন হ’বলগীয়া হয়। সেয়ে — “ছাত্ৰ জীৱন সুখৰ জীৱন, যদি নাহে Examination” এই আপ্ত বাক্যশাৰী আজিও আমাৰ সমাজত চৰ্চিত হৈ আহিছে। কাৰণ  পঢ়া কথাবোৰ পৰীক্ষাগৃহত পাহৰি যোৱা মানেই যেন অজস্ৰ নতুন সমস্যাৰ আৰম্ভণি। যেনে —
👉 আশা কৰা মতে নম্বৰ নোপোৱা,
👉 আত্মীয়-স্বজনৰ গ্লানিৰ সন্মুখীন হোৱা,
👉 লাহে লাহে পঢ়াৰ প্ৰতি অনিহা জন্মা, ইত্যাদি ইত্যাদি …।

অথচ, মনত ৰখাৰ উপায় হিচাপে অতীজৰে পৰা আমি কেইটামান নিৰ্দিষ্ট কৌশলকে অৱলম্বন কৰি আহিবলগীয়া হৈছে।  যেনে –
👉 একেটা কথাকে বাৰে বাৰে পঢ়া, 

👉 আগতকৈ বেছি সময় পঢ়া, 

👉 লিখি লিখি পঢ়া, 

👉 গুৰুত্বপূৰ্ণ কথাবোৰ সদায় চকুত পৰাকৈ বেৰত আঁৰি লৈ হ’লেও পঢ়া।

মুঠতে — কেৱল পঢ়া, পঢ়া আৰু পঢ়া। লাগিলে ই যিমানেই বিৰক্তিদায়ক নহ‌ওক কিয়, অতিৰিক্ত জোৰ লগাই পঢ়াৰ বাহিৰে যেন কোনো গত্যন্তৰ নাই। ইয়াৰ ফলত বেছিভাগ ছাত্ৰ-ছাত্ৰীয়ে হতাশ বা বিষাদগ্ৰস্ত হোৱাৰ উপৰিও কেতিয়াবা কেতিয়াবা আনকি  আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত লোৱাও পৰিলক্ষিত হয়। কিন্তু আধুনিক মনোবিজ্ঞানৰ মতে উপযুক্ত প্ৰশিক্ষণৰ জৰিয়তে আমাৰ স্মৃতি শক্তি আশ্চৰ্যজনক ভাৱে কেইবাগুনো বৃদ্ধি কৰিব পাৰি।

আপোনালোকে জানি সুখী হ’ব যে “4G MEMORY MANTRA” হ’ল এনে এক বৈজ্ঞানিক প্ৰশিক্ষণ যাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে স্কুল কলেজৰ পাঠ্যক্ৰমৰ উপৰিও যিকোনো তথ্য অতি কম সময়ৰ ভিতৰতে চিৰদিনলৈ মনত ৰাখি প্ৰয়োজনত হুবহু মনত পেলাব পাৰিব। সেয়ে আত্মবিশ্বাসেৰে ভৱিষ্যত গঢ়িবলৈ “4G MEMORY MANTRA” হ’ব পাৰে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ “শ্ৰেষ্ঠ সাৰথি “

FAQ

--- আপোনাৰ মনলৈ আহিব পৰা কিছুমান প্ৰশ্নৰ উত্তৰ ---

👉 পৰম্পৰাগতভাৱে চলি অহা মনত ৰখাৰ পদ্ধতিটোকে '2G Memory Mantra' বুলি অভিহিত কৰা হৈছে। ই এটা পুনৰাবৃত্তি-ভিত্তিক (Repetition-based) স্মৃতি ব্যৱস্থা, য’ত সাধাৰণতে একেটা কথাকে বাৰে বাৰে পঢ়াৰ ওপৰত গুৰুত্ব দিয়া হয়। সেয়েহে ইয়াক 2G নেটৱৰ্কৰ মন্থৰ গতিৰ লগত তুলনা কৰা হৈছে।

👉 '4G Memory Mantra' হ'ল এক বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰা দীৰ্ঘম্যাদী স্মৃতি ব্যৱস্থা (Scientifically structured long-term memory system), য’ত বাৰে বাৰে পঢ়াৰ সলনি 'Photographic Memory' আৰু চাৰিটা 'G' — গ্ৰহণ (Grip), সংযোগ (Glue), শ্ৰেণীবিভাজন (Group) আৰু পুনৰুদ্ধাৰ (Get back)-ৰ ওপৰত গুৰুত্ব দিয়া হয়। সেয়েহে ইয়াক 4G নেটৱৰ্কৰ তীব্ৰ গতিৰ লগত তুলনা কৰা হৈছে।

👉 কাৰণ 2G পদ্ধতি মতে পঢ়িলে—সময় বেছি লাগে,মানসিক চাপ বাঢ়ে,স্মৃতি স্থায়ী নহয়।
👉 আনহাতে 4G পদ্ধতি মতে পঢ়িলে—সময় কম লাগে,মানসিক চাপ কমে,স্মৃতি স্থায়ী হয়।

👉 বৃহৎ পাঠ্যক্ৰম: আগতে পাঠ্যক্ৰম (Syllabus) কম আছিল। আজিকালি কম সময়ত বহু বেছি পঢ়িব লগা হয়। আজিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে 2G গতি যথেষ্ট নহয়।
👉 তীব্ৰ প্ৰতিযোগিতা: আগতে প্ৰতিযোগিতা কম আছিল। বৰ্তমানৰ তীব্ৰ প্ৰতিযোগিতাৰ যুগত যিয়ে সোনকালে আৰু সঠিককৈ মনত ৰাখিব পাৰিব, তেৱেঁই সফল হ’ব।
👉 মনোযোগ বিঘ্নিত: আগতে বিক্ষিপ্ততা (Distraction) কম আছিল। আজিকালি মোবাইল আৰু ইণ্টাৰনেটৰ যুগত মনোযোগ ধৰি ৰখা কঠিন। 4G পদ্ধতিয়ে মনোযোগ আৰু একাগ্ৰতা বৃদ্ধিত সহায় কৰে।
👉 মগজুৰ বাবে অনুকূল (Brain-friendly) ব্যৱস্থা অবিহনে আজিৰ পাঠ্যক্ৰম আয়ত্ত কৰাটো সঁচাকৈয়ে কঠিন।

👉 ই এক জীৱনজোৰা শিক্ষণ কৌশল (One-time learning skill)।
👉 এই কৌশল জীৱনত এবাৰ শিকিলেই হয়, দৈনন্দিন অধ্যয়নৰ লগতেই স্বাভাৱিকভাৱে ইয়াৰ অভ্যাস হৈ গৈ থাকে।
👉 যিদৰে আমি এবাৰ ‘অ আ ক খ’ বা ‘A B C D’ শিকিলে গোটেই জীৱন কামত আহে, ঠিক তেনেদৰে এই পদ্ধতিটো এবাৰ শিকিলে জীৱনজুৰি যিকোনো বিষয়তে প্ৰয়োগ কৰিব পাৰি।

👉 যিকোনো তথ্যসমৃদ্ধ বিষয় যেনে— বিজ্ঞান (Science), বুৰঞ্জী (History), ভূগোল (Geography), জীৱবিজ্ঞান (Biology), ৰাজনীতি বিজ্ঞান (Polity), সাম্প্ৰতিক ঘটনাৱলী (Current Affairs) আৰু সাধাৰণ জ্ঞান (GK) আদি সকলোতে ই সমানেই কাৰ্যকৰী।

👉 উত্তৰ: এই প্ৰশিক্ষণ সকলো শ্ৰেণীৰ বিদ্যাৰ্থী আৰু পেছাদাৰী ব্যক্তিৰ বাবে সমানেই উপযোগী। আমাৰ '4G Memory Mantra' ৰ কৌশলসমূহ কোনো নিৰ্দিষ্ট ভাষা বা মাধ্যমৰ ওপৰত নিৰ্ভৰশীল নহয়। তলত উল্লেখ কৰা সকলোৱে ইয়াৰ পৰা লাভান্বিত হ'ব পাৰিব:
👉স্কুল আৰু কলেজৰ ছাত্ৰ-ছাত্ৰী: অসমীয়া, ইংৰাজী বা আন যিকোনো মাধ্যমৰ লগতে SEBA, AHSEC, CBSE বা ICSE ব'ৰ্ডৰ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ পাঠ্যক্ৰমৰ (Syllabus) জটিল বিষয়সমূহ সহজে আয়ত্ত কৰিবলৈ এই কৌশলসমূহ নিৰ্বিঘ্নে প্ৰয়োগ কৰিব পাৰিব।
👉প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থী: APSC, UPSC, Banking, SSC বা আইনৰ (Law) দৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা প্ৰাৰ্থীসকলৰ বাবে খৰতকীয়াকৈ তথ্য মনত ৰখাত ই অতি সহায়ক।
👉পেছাদাৰী ব্যক্তি: যিকোনো নতুন বিষয় খৰতকীয়াকৈ শিকিব বিচৰা ব্যক্তিৰ বাবেও ই সমানেই কাৰ্যকৰী।
👉সৰ্বজনীন আৰু হাতে-কামে শিক্ষা: আমাৰ মগজুৱে শব্দ বা ভাষাতকৈ দৃশ্যপট (Visualization) আৰু মেম'ৰী লিংক (Memory Link) অধিক খৰতকীয়াকৈ গ্ৰহণ কৰে। যিহেতু ই এটা অফলাইন প্ৰশিক্ষণ, সেয়েহে প্ৰতিগৰাকী অংশগ্ৰহণকাৰীয়ে নিজৰ কিতাপৰ উদাহৰণ লৈয়েই এই বৈজ্ঞানিক পদ্ধতিসমূহ হাতে-কামে (Practically) আয়ত্ত কৰিব পাৰে।

👉 আমাৰ পৰিচয়মূলক কৰ্মশালাটোতেই (Demo Session) আপুনি নিজৰ স্মৃতিশক্তিৰ আশ্চৰ্যজনক পৰিৱৰ্তন অনুভৱ কৰিব পাৰিব। সম্পূৰ্ণ প্ৰশিক্ষণৰ পিছত আপোনাৰ আত্মবিশ্বাস আৰু মনত পেলাব পৰা ক্ষমতা (Recalling Capacity) বহুগুণে বৃদ্ধি পাব।

👉 হয়। মগজুত খেলিমেলি (Confusion) কমে আৰু স্পষ্টতা (Clarity) বাঢ়ে বাবে পঢ়াৰ গতি স্বয়ংক্ৰিয়ভাৱে বহুগুণে বৃদ্ধি পায়।

👉 স্মৃতিশক্তি বিকাশৰ এই কৌশলসমূহ মুখামুখি বা পাৰস্পৰিক আদান-প্ৰদানৰ (Interactive) জৰিয়তেহে বেছি ফলপ্ৰসূ হয়। প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ অসুবিধা বুজি ব্যক্তিগত মনোযোগ দিবলৈ আৰু হাতে-কামে শিকাবলৈ (Practical Learning) আমি বৰ্তমান অফলাইন প্ৰশিক্ষণৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিছোঁ।

আপোনাৰ মনত কিবা প্ৰশ্ন থাকিলে সুধিব পাৰে -

About the Trainer

Naba Kumar Patgiri

M.A., M.Phil (Economics)
Founder, 4G Memory Mantra

Naba Kumar Patgiri is a seasoned educator and a Certified Memory Trainer with over two decades of experience in the academic field. He previously served as an Associate Lecturer at Mushalpur Degree College and as the Pradhan Acharya of Sankardev Sishu Niketan (Choukhuty & Melasakar).

With a deep-rooted passion for student development, he has transitioned from a traditional educator to a specialized Memory Trainer and Student Motivator. His mission is to empower learners through scientifically proven memory techniques, helping them overcome exam anxiety, retain knowledge long-term, and unlock their full potential.

By blending his extensive leadership experience with modern neuroscience-based methods, Naba Kumar Patgiri, through his platform 4G Memory Mantra, helps students build unwavering confidence and achieve lasting academic success.

“An Educator turned Memory Trainer, inspiring students to learn efficiently, remember effortlessly, and excel in both academics and life.”

About the Co-Trainer

Rumee Patgiri is a Certified Memory Trainer and Co-Trainer at 4G Memory Mantra, dedicated to guiding students toward academic excellence with care and precision.

Her patient and nurturing approach creates an encouraging space where learners feel confident to grow. She specializes in providing personalized attention and emotional support, ensuring that every student masters memory techniques with ease and joy. Rumee believes that the right encouragement at the right moment can transform a struggling student into a confident achiever. Her presence at 4G Memory Mantra ensures that no learner is left behind.

“Nurturing potential, one student at a time.”

Rumee Patgiri

B.A., Certified Memory Trainer
Co-Trainer, 4G Memory Mantra

About the Co-Trainer

🧠Brain টোক জোৰ নকৰিব Train কৰক🧠

Method is the Mother of Memory

মুখস্থ বিদ্যাৰ অৱসান ঘটাওক!
আপোনাৰ সন্তানৰ উজ্জ্বল আৰু আত্মবিশ্বাসী ভৱিষ্যতৰ বাবে আজিয়েই আমাৰ সৈতে যোগাযোগ কৰক।

Scroll to Top