4g
Memory
Mantra

এবাৰ পঢ়িয়েই দীৰ্ঘদিনলৈ হুবহু মনত ৰখাৰ বৈজ্ঞানিক কৌশল

ছাত্ৰ-ছাত্ৰীয়ে গোটেই বছৰটো পঢ়ে
কিন্তু পৰীক্ষা গৃহত গৈ পাহৰি থাকে।

Read Once
And
Remember Longer

Don't read
again and again
Revise only from your mind.

WHY IS IT CALLED

ছাত্ৰ বন্ধু

এতিয়া বিজ্ঞানৰ যুগ,  বিশ্বায়নৰ যুগ (Globalization),  তথ্য-প্ৰযুক্তিৰ যুগ (Information Technology), আৰু  কৃত্ৰিম বুদ্ধিমত্তাৰ যুগ (Artificial Intelligence)।  এতিয়া যেন অসম্ভৱ বুলিবলৈ একোৱেই নাই। সেয়ে, আগতকৈ মানুহৰ জীৱন যাত্ৰা অধিক সুচল হৈছে যদিও প্ৰতিটো ক্ষেত্ৰতে  তীব্ৰ প্ৰতিযোগিতাৰো সন্মুখীন হ’বলগীয়া হৈছে। ছাত্ৰ-ছাত্ৰীৰ বাবে এই বিষয়টো আৰু অধিক চিন্তনীয়। কিয়নো, এতিয়া শিক্ষা ব্যৱস্থাৰ আমূল পৰিবৰ্তন হৈছে। 

👉 MCQ System, 

👉 Mobile-based learning, 

👉 Self-study ইত্যাদি ছাত্ৰ-ছাত্ৰীৰ বাবে নতুন Challenge হৈ পৰিছে।

কেৱল স্কুল, কলেজৰ ওপৰতেই নিৰ্ভৰশীল হৈ থকা নাই আজিৰ শিক্ষা ব্যৱস্থা।  মনলৈ অহা যিকোনো প্ৰশ্নৰ উত্তৰ পাত-পাতকৈ জানিবলৈ মোবাইলটোৱেই যথেষ্ট। কিন্তু,  পঢ়া কথাবোৰ মনত ৰখাৰ ক্ষেত্ৰতহে ছাত্ৰ-ছাত্ৰীয়ে ভীষণ আহুকালৰ সন্মুখীন হ’বলগীয়া হয়। সেয়ে — “ছাত্ৰ জীৱন সুখৰ জীৱন, যদি নাহে Examination” এই আপ্ত বাক্যশাৰী আজিও আমাৰ সমাজত চৰ্চিত হৈ আহিছে। কাৰণ  পঢ়া কথাবোৰ পৰীক্ষা গৃহত পাহৰি যোৱা মানেই যেন অজস্ৰ নতুন সমস্যাৰ আৰম্ভণি। যেনে —
👉 আশা কৰা মতে নম্বৰ নোপোৱা,
👉 আত্মীয়-স্বজনৰ গ্লানিৰ সন্মুখীন হোৱা,
👉 লাহে লাহে পঢ়াৰ প্ৰতি অনিহা জন্মা, ইত্যাদি ইত্যাদি …।

অথচ, মনত ৰখাৰ উপায় হিচাপে অতীজৰে পৰা আমি কেইটামান নিৰ্দিষ্ট কৌশলকে অৱলম্বন কৰি আহিবলগীয়া হৈছে।  যেনে –
👉 একেটা কথাকে বাৰে বাৰে পঢ়া, 

👉 আগতকৈ বেছি সময় পঢ়া, 

👉 লিখি লিখি পঢ়া, 

👉 গুৰুত্বপূৰ্ণ কথাবোৰ সদায় চকুত পৰাকৈ বেৰত আঁৰি লৈ হ’লেও পঢ়া।

মুঠতে — কেৱল পঢ়া, পঢ়া আৰু পঢ়া। লাগিলে ই যিমানেই বিৰক্তিদায়ক নহ‌ওক কিয়, অতিৰিক্ত জোৰ লগাই পঢ়াৰ বাহিৰে যেন কোনো গত্যন্তৰ নাই। ইয়াৰ ফলত বেছিভাগ ছাত্ৰ-ছাত্ৰীয়ে হতাশ বা বিষাদগ্ৰস্ত হোৱাৰ উপৰিও কেতিয়াবা কেতিয়াবা আনকি  আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত লোৱাও পৰিলক্ষিত হয়। কিন্তু আধুনিক মনোবিজ্ঞানৰ মতে উপযুক্ত প্ৰশিক্ষণৰ জৰিয়তে আমাৰ স্মৃতি শক্তি আশ্চৰ্য্যজনক ভাৱে কেইবাগুনো বৃদ্ধি কৰিব পাৰি।

আপোনালোকে জানি সুখী হ’ব যে “4G MEMORY MANTRA” হ’ল এনে এক বৈজ্ঞানিক প্ৰশিক্ষণ যাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে স্কুল কলেজৰ পাঠ্যক্ৰমৰ উপৰিও যিকোনো তথ্য অতি কম সময়ৰ ভিতৰতে দীৰ্ঘদিনলৈ মনত ৰাখি প্ৰয়োজনত হুবহু মনত পেলাব পাৰিব। সেয়ে আত্মবিশ্বাসেৰে ভৱিষ্যত গঢ়িবলৈ “4G MEMORY MANTRA” হ’ব পাৰে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ শ্ৰেষ্ঠ সাৰথি।

What is 4G Memory Mantra

Watch This Video

এক যুগান্তকাৰী

শৈক্ষিক বিপ্লৱ হ'ল

4G memory Mantra

যাৰ সহায়ত স্মৃতি শক্তি হ'ব
অদ্ভুত আৰু অফুৰন্ত।

আপোনাৰ অঞ্চলত
4G Memory Mantra ৰ

Free Demo Session

আয়োজন কৰক

(School, College, Coaching Center, Club, NGO, Group of Guardian আৰু অন্যান্য যি কোনো সংগঠনে আয়োজন কৰিব পাৰিব।)

আমাৰ লগত যোগাযোগ কৰিবলৈ

BENEFITS
OF

4G MEMORY MANTRA

Read Once
And
Remember Longer

এবাৰ পঢ়িয়েই

Scan কৰাৰ দৰে মনত ৰাখি,

পিছত সময়ে সময়ে কিতাপ নোখোলাকৈ মনৰ পৰাই  Revise  কৰি দীৰ্ঘদিনলৈ মনত ৰাখিব পাৰি।

Complete
Your Syllabus
Before Time

সময়ৰ আগতেই

অনায়াসে  Syllabus  শেষ কৰি

Tension Free  হৈ পৰীক্ষাত বহিব পাৰি।

Recall
Without
Confusion

Exam  বা  Interview

যি কোনো সময়ত,

 অতি সহজে হুবহু মনত পেলাব পাৰি।

Remove
Exam Phobia

Exam মানে ভয় নহয়, 

Exam মানে Opportunity  

বুলিহে ভাব হয়।

Crack
Any Exam
Confidently

Right Technique  থাকিলে সকলো পৰীক্ষা সহজ হৈ পৰে।

Improve
Creativity And
Thinking Power

Memory  শক্তিশালী হ’লে চিন্তাশক্তি আৰু সৃজনশীলতাও বৃদ্ধি পায়।

Remember
The Whole Book
With Page Numbers

Chapter, Point, আনকি গোটেই কিতাপখন পৃষ্ঠা নম্বৰ সহ মনত ৰাখিব পাৰি।

Achieve
Dream Success
In Your Life

সফলতা কেৱল সপোনত সীমাবদ্ধ নহয়, ই অনায়াসে বাস্তৱত ৰূপায়িত হয়।

লিখা, পঢ়া আৰু বুজাৰ কৌশল স্কুল–কলেজতে পায়। পিছে পঢ়া কথাবোৰ মনত ৰখাৰ কৌশল কেৱল
“4G Memory Mantra”
তহে পায়।

বাৰে বাৰে পঢ়িবলৈ সময়নো ক'ত
এবাৰতে পঢ়ি শেষ কৰিবলৈ
উপায়নো ক'ত?
একমাত্ৰ উপায় -
4G Memory Mantra

What our students Say

Students
Enjoying Our Classes

About the Trainer

Naba Kumar Patgiri

Naba Kumar Patgiri, M.A., M.Phil in Economics, is a former Associate Lecturer at Mushalpur Degree College and former Pradhan Acharya of Sankardev Sishu Niketan (Choukhuty & Melasakar).

                With years of academic and leadership experience, he now serves as a Certified Memory Trainer and Student Motivator, dedicated to empowering learners with proven memory techniques. His mission is to help students enhance memory power, overcome exam anxiety, retain knowledge longer, and perform at their highest potential — building confidence and achieving lasting success. 

           “Educator turned Memory Trainer — inspiring students to learn efficiently, remember effortlessly, and apply memory skills in real-world situations, stay motivated, and succeed.”

About the Co-Trainer

Rumee Patgiri

Rumee Patgiri, B.A., Certified Memory Trainer, works as Co‑Trainer. With her supportive nature and dedication, she helps students stay motivated and confident in their learning journey, guiding them during practice sessions.

About the Co-Trainer

FAQ

--- আপোনাৰ মনলৈ আহিব পৰা কিছুমান প্ৰশ্নৰ উত্তৰ ---

👉 পৰম্পৰাগতভাৱে (Traditional) চলি অহা মনত ৰখাৰ পদ্ধতিটোকে 2G Memory Mantra বুলি অভিহিত কৰা হৈছে। ই এটা Repetition-based Memory System, য’ত সাধাৰণতে একেটা কথাকে বাৰে বাৰে পঢ়াৰ (Rereading) ওপৰত গুৰুত্ব দিয়া হয়। সেয়েহে ইয়াক 2G Network ৰ Speed ৰ লগত তুলনা কৰা হৈছে।

👉 4G Memory Mantra এটা scientifically structured long-term memory system য’ত বাৰে বাৰে পঢ়াৰ (Rereading) সলনি Photographic Memory আৰু চাৰিটা 'G' (Grip, Glue, Group আৰু Get back) ৰ ওপৰত গুৰুত্ব দিয়া হয়। সেয়েহে ইয়াক 4G Network ৰ Speed ৰ লগত তুলনা কৰা হৈছে।

👉 কাৰণ 2G পদ্ধতি মতে পঢ়িলে—
• সময় বেছি লাগে
• মানসিক চাপ বাঢ়ে
• স্মৃতি স্থায়ী নহয়
👉 আৰু 4G পদ্ধতি মতে পঢ়িলে—
• সময় কম লাগে
• মানসিক চাপ কমে
• স্মৃতি স্থায়ী হয়

👉 আগতে Syllabus কম আছিল। আজিকালি কম সময়ত বহু বেছি পঢ়িব লগা হয়। আজিৰ student-ৰ বাবে 2G speed যথেষ্ট নহয়।
👉 আগতে Competition কম আছিল। আজিকালি তীব্ৰ প্ৰতিযোগিতাৰ যুগত যিয়ে সোনকালে আৰু সঠিককৈ মনত ৰাখিব পাৰিব, তেৱেঁই সফল হ’ব।
👉 আগতে Distraction কম আছিল। আজিকালি ম'বাইল, ইণ্টাৰনেটৰ যুগত মনোযোগ ধৰি ৰখা কঠিন। 4G পদ্ধতিয়ে মনোযোগ বৃদ্ধি কৰাত সহায় কৰে।
👉 Brain-friendly system অবিহনে আজিৰ syllabus handle কৰা কঠিন।

👉It is a one-time learning skill
👉এই Technique জীৱনত এবাৰ শিকিলেই হয়, practice naturally daily studies তেই হৈ যায়।
👉যিদৰে আমি এবাৰ ‘অ আ ক খ’ বা ‘ABCD’ শিকিলে গোটেই জীৱন কামত আহে, ঠিক তেনেদৰে এই পদ্ধতিটো এবাৰ শিকিলে জীৱনজুৰি যিকোনো বিষয়তে প্ৰয়োগ কৰিব পাৰি।

👉 যিকোনো তথ্যসমৃদ্ধ বিষয় যেনে— Science, History, Geography, Biology, Polity, Current Affairs আৰু GK আদি সকলোতে ই সমানেই কাৰ্যকৰী।

👉 স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি Competitive Exams (APSC, UPSC, Banking, SSC ইত্য়াদি) ৰ বাবে প্ৰস্তুতি চলাই থকা প্ৰাৰ্থী আৰু যিকোনো নতুন বিষয় খৰতকীয়াকৈ শিকিব বিচৰা পেছাদাৰী ব্যক্তিৰ বাবে ই অতি উপযোগী।

👉আমাৰ Demo Session টোতেই আপুনি নিজৰ স্মৃতিশক্তিৰ পৰিৱৰ্তন অনুভৱ কৰিব পাৰিব। সম্পূৰ্ণ প্ৰশিক্ষণৰ পিছত আপোনাৰ আত্মবিশ্বাস আৰু Recalling Capacity (মনত পেলাব পৰা ক্ষমতা) বহুগুণে বৃদ্ধি পাব।

👉 হয়। Re-reading কমে, Confusion কমে আৰু clarity বাঢ়ে বাবে reading speed automatically বহুগুণে বাঢ়ে।

👉 স্মৃতিশক্তি বিকাশৰ এই কৌশলসমূহ Interactive বা মুখামুখি হ’লে বেছি ফলপ্ৰসূ হয়। প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ অসুবিধা বুজি ব্যক্তিগত মনোযোগ দিবলৈ আৰু হাতে-কামে শিকাবলৈ (Practical Learning) আমি বৰ্তমান Offline Training ৰ ওপৰত গুৰুত্ব দিছোঁ।

আপোনাৰ মনত কিবা প্ৰশ্ন থাকিলে সুধিব পাৰে -

🧠Brain টোক জোৰ নকৰিব Train কৰক🧠

Method is the Mother of Memory

© 2026 4G Memory Mantra
All rights reserved 

Scroll to Top

Thank you for choosing our training journey.
Please complete the form below to confirm your demo session.

✅ Thank you for registering!
We’ll contact you soon to confirm your Free Demo Session.

✅ নামভৰ্তি কৰাৰ বাবে ধন্যবাদ!
Free Demo Session নিশ্চিত কৰিবলৈ অতি শীঘ্ৰে আপোনাক যোগাযোগ কৰা হ’ব।